লোকসভাত অসমত শূন্য হোৱাৰ দিশে কংগ্ৰেছ - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, March 14, 2024

লোকসভাত অসমত শূন্য হোৱাৰ দিশে কংগ্ৰেছ


অসম: ৰাজ্যত বাজি উঠিছে লোকসভা নিৰ্বাচনৰ দামামা। প্ৰতিটো দলে নিজৰ দলৰ প্ৰচাৰ অভিযান প্ৰায় আৰম্ভ কৰি দিছে। ৰাজ্য তথা কেন্দ্ৰত শাসনাধীন বিজেপি দলে অসমত ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে।

লগে লগে কংগ্ৰেছে কালি এটা সমষ্টিক বাদ দি প্ৰাৰ্থী ঘোষণা কৰিছে। ইয়াৰ মাজতে ড০ হিমন্ত বিশ্ব শৰ্মাই এত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইয়াৰ পূৰ্বে ড০ শৰ্মাই সমাগত লোকসভাত বিজেপিয়ে অসমত চাৰে এঘাৰখন আসম লাভ কৰিব বুলি ঘোষণা কৰিছিল।

কিন্তু আজি ড০ শৰ্মাই এই সংখ্যা চাৰে এঘাৰৰ পৰা ১৩ হব বুলি মন্তব্য কৰিছে। তেওঁ কয়, বিজেপিৰ বিজয়ৰ সংখ্যা চাৰে এঘাৰৰ পৰা ১৩খন আসনলৈ বৃদ্ধি পালে।

তেওঁ কোৱা অনুসৰি লোকসভাত অসমত শূন্য হোৱাৰ দিশে কংগ্ৰেছ। নগাঁও, কৰিমগঞ্জত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী দিয়াৰ বাবে আমাৰ সম্ভাৱনা বাঢ়িল। যোৰহাটতো সহজেই বিজেপি জয়ী হব বুলি ড০ শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here