IPL 2025 ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু - Prime 24 India

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, May 29, 2025

IPL 2025 ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু



পঞ্জাব কিংছক পৰাস্ত কৰি আই পি এলৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। পঞ্জাব কিংছক পৰাস্ত কৰি আই পি এলৰ ফাইনেলত উপনীত হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ দল। আজিৰ খেলত পঞ্জাব কিংছক ৮ উইকেটত পৰাস্ত কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে।প্ৰথমে বেটিং কৰি পঞ্জাব কিংছে ১৪.১ অভাৰত সকলো উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১০১ ৰান।১০২ ৰানৰ লক্ষ্য অনুসৰণ কৰি মাত্ৰ ১০ অভাৰতে লক্ষ্যত উপনীত হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু।১০ অভাৰত ২ উইকেট হেৰুৱাই ১০৬ ৰান সংগ্ৰহ কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে। ৯ বছৰৰ পিছত আইপিএলৰ ফাইনেলত আৰচিবি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here