নম্ৰতা বৰাৰ সৈতে শ্বিলঙলৈ গৈছিল AIUDF ৰ বিধায়কৰ পুত্ৰ আনায়াতুল বাডুদ....
বন্ধুৰ সৈতে শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুমুখত পৰিছিল আইনৰ ছাত্ৰী নম্ৰতা বৰা। মঙলবাৰে নিশা ৫ বন্ধু-বান্ধবীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা। পুৱতি নিশা ওভতি অহা পথত ৰিভয় জিলাত দুৰ্ঘটনাত পতিত হয় বাহনখন।নম্ৰতা বৰাৰ মৃত্যুৰ নতুন তথ্য ফাদিল,নম্ৰতাৰ লগত শ্বিলঙলৈ গৈছিল কেইবাজনো সতীৰ্থ
- নম্ৰতাৰ লগত আছিল AIUDF ৰ যুৱ নেতা আনায়াতুল বাডুদ
- আনায়াতুল বাডুদ AIUDF ৰ বিধায়ক হাফিজ বচিৰ আহমেদ কাচিমীৰ পুত্ৰ
- ঘটনা সংঘটিত হোৱা পাছতে পলায়ণ কৰিছিল আনায়াতুল বাডুদে
- আনায়াতুল বাডুদৰ বয়স ৪৫ বছৰ
No comments:
Post a Comment