লাভ জিহাদ সন্দৰ্ভত মোৰ অভিজ্ঞতাৰ এটা সত্য কাহিনী..
লাভ জিহাদ কাক কয় আৰু লাভ জিহাদ বুলি প্ৰকৃততে যুৱতীসকলে কেতিয়া গম পায়—তাৰ হুবহু মই আজি লিখিছো, নিজেই চকুৰে দেখা অভিজ্ঞতাৰ ওপৰত।
আছে কেইজনীমান হিন্দু (সকলোকে কোৱা নাই)... মিঞা মুচলমান ল’ৰাৰ প্ৰেমত পৰিলে সিহঁতে নিজৰ ধৰ্ম, সমাজ, আনকি জন্ম দিয়া মাক-দেউতাকো এৰি মিঞাৰ লগত পলাই আহে। তাৰ পাছত আকৌ সিহঁতৰ এক্টিং কি চাবা...
কপালৰ পৰা ৰঙা ফোঁট নুগুচাই, গৰু নাখায়, নামৰ পাছৰ পৰা উপাধি সলনি নকৰে, কোনো ইছলামৰ শিক্ষা নাই, নামাজ নাই, ৰোজা নাই... আনকি নিজৰ ল’ৰা-ছোৱালীৰ নামো ইছলামৰ নাৰাখে।
গিৰিয়েকটোক বাহিৰত কুত্তাৰ দৰে কাম কৰাই গোটেই টকা তাইৰ একাউণ্টত নিদিলে জ*হৰা বনৰীয়া মিঞা নক’লে কথাই নকয়। আকৌ ফেচবুকত “মোৰ মানুহজন, মোৰ পুৰুষজন” বুলি ভিডিঅ’ নবনালে ভিউজেই নাপায়! 

মোৰ চিনাকি এজনীও আছিল। তাইৰ এক্টিং দেখি মই নিজেই কেতিয়াবা আচৰিত হওঁ...
সিহঁতৰ মতে মিঞাক লৈ বিয়া হ’ব, কিন্তু মিঞাটো সিহঁতৰ ইচ্ছাত নাচিব লাগিব। সিহঁতে যি কয়, মিঞাই শুনিব লাগিব।
মিঞাই গোটেই দিনটো ৰ’দ-বৰষুণত টকা ইনকাম কৰি ৰাতি হ’লে গণি গণি গোটেই টকা তাইৰ হাতত আনি দিব লাগিব।
তাই যদি সামাজিক মাধ্যমত আহি অশ্লীল ইংগিত বা অশ্লীল ভাষাৰে ভিডিঅ’ বনাই, তেন্তে মিঞাই তাত একো বাধা দিবলৈ নোৱাৰিব; বৰঞ্চ কেমেৰাটো ধৰিহে ভিডিঅ’টো বনাই দিব লাগিব।
মিঞাক ফটো উঠিবলৈ “অই মদাহী” বুলি মাতিব, কিন্তু ফটোখনৰ কেপশ্বন হ’ব—“তুমি মোৰ ঊষা, তুমি নহ’লে মোৰ জীৱন অন্ধকাৰ, তুমি নহ’লে মই আধৰুৱা, মোৰ পুৰুষজন হীৰা, সোণ, ডাইমণ্ড”—ব্লা ব্লা ব্লা...
আৰু ক’ত যে কি!
কিন্তু সেই ডাইমণ্ড পুৰুষে এদিন টকাৰ টোপোলাটো যদি তাইক নিদি তাৰ জন্ম দিয়া পিতৃ-মাতৃক দিয়ে, তেতিয়া দেখিবা ছ’চিয়েল মিডিয়াত আহি সেই কাফিৰ জনীয়ে নিজৰ ঔকাদ দেখাই দিব।
তেতিয়া মিডিয়াত চিঞৰ-বাখৰ হ’ব—“লাভ জিহাদ”।
নিউজৰ শিৰোনাম হ’ব—“লাভ জিহাদৰ বলি এগৰাকী হিন্দু যুৱতী। হিন্দু নাম কৈ ফুচুলাই প্ৰেমৰ জালত পেলালে এজন মুছলমান যুৱকে... লাভ জিহাদৰ বলি হোৱা যুৱতীগৰাকীক এতিয়া ন্যায়ৰ প্ৰয়োজন”—ব্লা ব্লা ব্লা...
তাৰ পাছত ল’ৰাটোৱে দিলে লাখ লাখ টকা আৰু তাই বহি বহি সেই মিঞাৰ টকাৰে ধুনীয়া এটা জীৱন পাৰ কৰি অৱশেষত হিন্দু প্ৰেমিক এটা লৈ এনজয় কৰি ল’ৰাটোৰ জীৱন ধ্বংস, আৰু প্ৰেমৰ নাম দিলে লাভ জিহাদ।
শেষত কাহিনীটো ইমানেই—
যেতিয়া টকা-পইচা, সংসাৰ আৰু নিজৰ সুবিধাৰ কথাবোৰ নিজৰ মতে চলি থাকে, তেতিয়া সেইজনেই “মোৰ মানুহজন, মোৰ পুৰুষজন, মোৰ ডাইমণ্ড”। 

কিন্তু এদিন সেই ডাইমণ্ড পুৰুষজনে নিজৰ উপাৰ্জনৰ টকাৰে নিজৰ জন্ম দিয়া মাক-দেউতাকক সহায় কৰিলে, তেতিয়াই কাহিনীৰ স্ক্ৰিপ্ট সলনি!
কালিলৈকে যিজন আছিল “মোৰ জীৱনৰ মানুহ”, আজি তেওঁ হৈ গ’ল—
“লাভ জিহাদৰ চক্ৰান্তত মোক পেলোৱা মানুহ!” 

তাৰ পাছত আৰম্ভ হ’ব ছ’চিয়েল মিডিয়াৰ কান্দোন, নিউজৰ শিৰোনামা, বিতৰ্ক, লাইভ, সাক্ষাৎকাৰ… আৰু শেষত সকলো কথাৰ এটা নাম—
“লাভ জিহাদ।”
কিন্তু আচল প্ৰশ্নটো থাকি যায়—
প্ৰেম আছিল নে সুবিধা?
প্ৰতাৰণা আছিল নে পৰিস্থিতিৰ ভুল বুজাবুজি?
নে নিজৰ নিজৰ স্বাৰ্থৰ হিচাপটো মিল নোহোৱাৰ পাছতহে কাহিনীটোৰ নাম সলনি কৰা হ’ল?
এইখিনিৰ উত্তৰ বিচৰাটোহে হয়তো আটাইতকৈ জৰুৰী।

No comments:
Post a Comment